How to Blog design in Assamese | Assamese Blog tutorial | Blogger tutorial for beginners
How to Blog design in Assamese | Assamese Blog tutorial | Blogger tutorial for beginners | Blogger Tutorial For Beginners in Assamese | Make Beautiful Website With Blogger
বন্ধুসকল আজিৰ Complete Blogger Tutorial For Beginners in Assamese ভিডিঅ টোৰ জৰিয়তে আপুনি Blogger ত free ত Professional Looking Website বনাবলৈ শিকিব।
আপোনাক এইটো Blogger tutorial ত Blogger ৰ সৈতে জড়িত Basic to Advanced বস্তু শিকিবলৈ পাব . Jonak digital ৰ Blogger Tutorial beginners কাৰণেই নহয় যদি আপুনি Blogger ৰ জৰিয়তে Advanced ৰূপত কিবা কৰাৰ কথা বিছাৰিছে তেন্তে ভিডিঅটোৰ জৰিয়তে আপুনি বহুত শিকিব পাৰিব
Blogger Advantages - Blogger ত website বনোৱা একেবাৰে free , আপুনি website host কৰাৰ কাৰনে কোনো pay কৰিৰ নালাগে , Hosting free website ডিজাইন কৰিব পাৰে , লগতে আপুনি unlimited bandwith আৰু storage ব্যৱহাৰ কৰিব পাৰে .
Blogger ত যদি আপোনাৰ website বনায় তেন্তে Adsense ৰ বাবে সহজে verify কৰিৰ পাৰে। তাৰ পিছত ইয়াৰ পৰা আপুনি উপাৰ্জনো কৰিব পাৰে .
এই Asssamese video Blogger Tutorial ত blog design, লগত blog post design, blog menu design ৰ সৈতে HTML আৰু CSS editing ও শিকিব পাৰিব mil ভিডিঅটোৰ শেষত আপুনিও এটা Assamese Professional Looking Website বনাবলৈ পাৰিব। ইয়াৰ বাবে আপোনাক কোনো coding knowledge ৰ প্ৰয়োজন নহয় .